কানাডাৰ কনজাৰভেটিভ পাৰ্টীৰ নেতা তথা বিৰোধী দলৰ নেতা এণ্ড্ৰিউ শ্বীয়েৰক আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰে৷
২০১৫ চনত প্ৰধানমন্ত্ৰীয়ে কৰা কানাডা ভ্ৰমণৰ কথা সোঁৱৰণ কৰি দুয়োখন দেশৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক সৱলীকৰণ কৰাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰে৷
শ্বীয়েৰে দুয়োখন দেশৰ মাজত বন্ধুত্বমূলক সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে শ্বীয়েৰক ভাৰতত তেওঁৰ ভ্ৰমণকাল ৭ তাৰিখৰ পৰা ১৩ অক্টোবৰ তাৰিখলৈ আৰামদায়ক ভ্ৰমণ হোৱাটো কামনা কৰে৷
****
AKT/SH/MANN
Happy to meet Hon. @AndrewScheer, Canada's Leader of the Opposition.
— Narendra Modi (@narendramodi) October 9, 2018
Stressed the significance of strong India-Canada relations and wished him a pleasant stay in India. pic.twitter.com/orO4y3grSp