Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কানাড়া ৰাজোৎসৱ উপলক্ষে কৰ্ণাটকবাসীক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানাড়া ৰাজোৎসৱ উপলক্ষে কৰ্ণাটকবাসীক সম্ভাষণ জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

“কৰ্ণাটকৰ অসামান্য সংস্কৃতি আৰু পৰম্পৰাক স্বীকৃতি জনাই কানাড়া ৰাজোৎসৱ এক অতিশয় বিশেষ অনুষ্ঠান। এই ৰাজ্যখন অসাধাৰণ লোকেৰে ধন্য হৈছে, যিসকলে ভিন্ন খণ্ডত বিকাশ আৰু উদ্ভাৱনক সমৃদ্ধ কৰি তুলিছে। কৰ্ণাটকবাসী যেন সদায় সুখ আৰু সফলতাৰে আশীসধন্য হৈ থাকে।”

***

MJPS/TS/SB