প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাছগঞ্জ দুৰ্ঘটনাত নিহতসকলৰ বাবে ৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ টকা দিয়া হ’ব।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে X ত কৰা এটা পোষ্টত উল্লেখ কৰিছে :
“কাছগঞ্জত সংঘটিত দুৰ্ঘটনাত নিহত প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব, আনহাতে আহতসকললৈ ৫০ হাজাৰকৈ টকা দিয়া হ’ব”।
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased in the mishap in Kasganj. The injured would be given Rs. 50,000: PM @narendramodi https://t.co/KFiNLGAYoL
— PMO India (@PMOIndia) February 24, 2024
***
DS