কাইলৈ অৰ্থাৎ ১ জুলাই, ২০২১ ৰ বিয়লি ৩ বজাত চিকিৎসক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসকসকলক সম্বোধন কৰিব।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনত প্ৰতিজন চিকিৎসকে অৱলম্বন কৰা প্ৰচেষ্টাক লৈ ভাৰত গৌৰৱান্বিত। ১ জুলাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়। কাইলৈ বিয়লি ৩ বজাত, @IMAIndiaOrg এ আয়োজন কৰা এটি কাৰ্য্যসূচীত চিকিৎসক সমাজক সম্বোধন কৰিম।”
***
DS/SH/SB
India is proud of the efforts of all doctors in fighting COVID-19. 1st July is marked as National Doctors Day. At 3 PM tomorrow, will address the doctors community at a programme organised by @IMAIndiaOrg.
— Narendra Modi (@narendramodi) June 30, 2021