প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব৷ ইটানগৰত এক অনুষ্ঠানত তেওঁ দৰ্জী খাণ্ডু ৰাজ্যিক সন্মিলন কেন্দ্ৰ উদ্বোধন কৰিব৷ এই সন্মিলন কেন্দ্ৰটোত এটা প্ৰেক্ষাগৃহ, সভা গৃহ আৰু এটা প্ৰদৰ্শনী গৃহ আছে৷ ইটানগৰৰ বাবে ই এক উল্লেখনীয় লেণ্ডমাৰ্ক হিচাপে পৰিগণিত হ’ব৷
প্ৰধানমন্ত্ৰীয়ে লগতে ৰাজ্যিক অসামৰিক সচিবালয় গৃহ ৰাইজৰ বাবে মুকলি কৰিব আৰু ট’মো ৰিবা স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ একাডেমিক ব্ল’কৰ আধাৰশিলা স্থাপন কৰিব৷
অৰুণাচল প্ৰদেশৰ পৰা প্ৰধানমন্ত্ৰীয়ে এক বেচৰকাৰী কাৰ্যসূচীৰ বাবে ত্ৰিপুৰালৈ ৰাওনা হ’ব৷
***
AKT/AP/MS
Happy to be visiting Arunachal Pradesh today. At a programme in Itanagar, the Dorjee Khandu State Convention Centre will be inaugurated. This Centre is expected to become a significant landmark of Itanagar.
— Narendra Modi (@narendramodi) February 15, 2018
In Arunachal Pradesh, I will also dedicate the State Civil Secretariat Building to the nation and lay the Foundation Stone of the Academic Block of the Tomo Riba Institute of Health and Medical Science.
— Narendra Modi (@narendramodi) February 15, 2018