Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ক’ভিড-১৯ৰে আক্ৰান্ত জাৰ্মানীৰ চেঞ্চেলৰ বুন্দেস্কাঞ্জলাৰ ওলাফ স্কলজৰ দ্ৰুত আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে


ক’ভিড-১৯ৰে আক্ৰান্ত জাৰ্মানীৰ ‘চেঞ্চেলৰ’ বুন্দেস্কাঞ্জলাৰ ওলাফ স্কলজৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 ‘এক্স’ত কৰা ‘পোষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে কয়:

“মোৰ বন্ধু বুন্দেস্কাঞ্জলাৰ ওলাফ স্কলজ, আপুনি ক’ভিড-১৯ৰ পৰা দ্ৰুত আৰোগ্য লাভ কৰক। আপোনাৰ সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে মই প্ৰাৰ্থনা জনাইছো।”

 

***

DS/TS/KB