Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ওড়িশা চৰকাৰৰ মন্ত্ৰী শ্ৰী নৱ কিশোৰ দাসৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা চৰকাৰৰ মন্ত্ৰী শ্ৰী নৱ কিশোৰ দাসৰ বিয়োগ গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“ওড়িশা চৰকাৰৰ মন্ত্ৰী শ্ৰী নৱ কিশোৰ দাসৰ দুৰ্ভাগ্যজনক বিয়োগত মৰ্মাহত হৈছো৷ এই দুখৰ মুহূৰ্তত তেওঁৰ পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰিছো৷ ঔম শান্তি”৷

***

DS/ST/DB