জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দৃষ্টিনন্দন পাহাৰৰ সৌন্দৰ্য্যশোভা উপভোগ কৰাৰ লগতে দূৰৰ পৰাই ‘শংকৰাচাৰ্য পাহাৰ’লৈ চায় প্ৰণাম জনায়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
“অলপ আগতে শ্ৰীনগৰত উপস্থিত হোৱাৰ পিছত দূৰৰ পৰাই আকাশচুম্বী ‘শংকৰাচাৰ্য পাহাৰ’ দৰ্শনৰ সুযোগ পালো।”
Upon reaching Srinagar a short while ago, had the opportunity to see the majestic Shankaracharya Hill from a distance. pic.twitter.com/9kEdq5OgjX
— Narendra Modi (@narendramodi) March 7, 2024
***
DS/TS/KB
Upon reaching Srinagar a short while ago, had the opportunity to see the majestic Shankaracharya Hill from a distance. pic.twitter.com/9kEdq5OgjX
— Narendra Modi (@narendramodi) March 7, 2024