Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘এট হোম’ শীৰ্ষক অনুষ্ঠানত বিভিন্ন বেশভূষাৰ শিল্লী, জনজাতীয় অতিথিবৰ্গ, এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকৰ সৈতে অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে আজি লোক কল্যান মাৰ্গস্থিত তেওঁৰ বাসগৃহত বিভিন্ন বেশভূষাৰ শিল্লী, জনজাতীয় অতিথিবৃন্দ, এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক আদৰণি জনায়৷

গণৰাজ্য দিৱসৰ পেৰেড তথা আনুষংগিক অনুষ্ঠানত ভাগ ল’বলগীয়া শিল্পী আৰু অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া তেওঁলোকৰ জীৱনৰ এক ডাঙৰ সূযোগ৷ তেওঁ লগতে কয় যে সমগ্ৰ দেশে তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে দৈনন্দিন জীৱনৰ নিয়মানুৱৰ্তিতাৰ গুৰুত্ব সন্দৰ্ভত কোৱাৰ লগতে এনচিচিৰ বাবে নিয়মানুৱৰ্তিতা এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰে৷ তেওঁ কয় যে প্ৰতিগৰাকী নাগৰিকে সকলো সময়তে তেওঁলোকৰ নাগৰিক কৰ্তব্যসমূহৰ প্ৰতি সজাগ হোৱা উচিত৷ তেওঁ কয় ইয়াৰ সৈতে জনসাধাৰণৰ আশা-আকাংক্ষা জড়িত হৈ আছে আৰু ই ভাৰতক নতুন শিখৰত উপনীত কৰিব৷

এই উপলক্ষে একাংশ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পৰিৱেশিত আমোদজনক সাংস্কৃতিক অনুষ্ঠানো প্ৰত্যক্ষ কৰে প্ৰধানমন্ত্ৰীয়ে৷

***

AKT/KP/SH/SKS/DB