Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়


প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোক অভিনন্দন জনাইছে।শ্ৰী মোদীয়ে কয় যে দলটোৱে চমৎকাৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“আজিৰ #AsiaCup2022 মেচখনত #TeamIndia-এ এক দৰ্শনীয় অল-ৰাউণ্ড প্ৰদৰ্শন আগবঢ়াইছে। দলটোৱে চমৎকাৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। জয়ৰ বাবে তেওঁলোকক অভিনন্দন।”

***

DS/ST/MS