Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছৰ দবাত ৰূপৰ পদক জয়ৰ বাবে সৌন্দৰ্য প্ৰধানক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌৰ এছিয়ান গেমছৰ পুৰুষৰ দবাত ৰূপৰ পদক জয়ৰ বাবে সৌন্দৰ্য প্ৰধানক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“এছিয়ান পেৰা গেমছত পুৰুষৰ দবাত বি১ শাখা(ব্যক্তিগত)ত ৰূপৰ পদক জয়ৰ বাবে সৌন্দৰ্য প্ৰধানক অভিনন্দন জ্ঞাপন কৰিছো৷ তেওঁৰ সফলতাত ভাৰত আনন্দিত৷”

****

DS/RT/DB