Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত পুৰুষৰ ৪০০ মিটাৰ – টি৪৭ত সোণৰ পদক লাভৰ বাবে দিলীপক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ ৪০০ মিটাৰ – টি৪৭ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিলীপক অভিনন্দন জনায়। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ 

“পুৰুষৰ ৪০০ মিটাৰ – টি৪৭ ইভেন্টত সোণৰ পদক জয়ৰ বাবে দিলীপক আন্তৰিক অভিনন্দন জনালোঁ!

এই ঐতিহাসিক কৃতিত্বই সমগ্ৰ ৰাষ্ট্ৰখনক গৌৰৱান্বিত কৰিছে।”

****

DS/RT/SB/BM