Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত দবাত ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি২ শাখাত ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ 

“এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি২ শাখাত (ব্যক্তিগত) ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

তেওঁৰ দৃঢ় মনোভাৱ আৰু অটল দৃঢ়তাই ভাৰতক গৌৰৱান্বিত কৰিছে।”

****

DS/RT/SB