হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত অনুষ্ঠিত ৩৫ কিলোমিটাৰ ৰেচ ৱাক মিক্সড টীম ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰাম বাবু আৰু মঞ্জু ৰাণীক অভিনন্দন জ্ঞাপন কৰেপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
“৩৫ কিলোমিটাৰ ৰেচ ৱাক মিক্সড টীম ইভেণ্টত ব্ৰঞ্জৰ পদকেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ৰাম বাবু আৰু মঞ্জু ৰাণীক অভিনন্দন জনাইছোঁ। প্ৰতিভাশালী খেলুৱৈসকলে দেখুওৱা অত্যাধিক ধৈৰ্য্য আৰু দৃঢ়তা অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন।”
Congratulations to Ram Baboo and Manju Rani for bringing glory to India with their Bronze Medal in the 35km Race Walk Mixed Team event. This would not be possible without the tremendous endurance and determination shown by these amazing athletes. pic.twitter.com/IYiZ4Ectnz
— Narendra Modi (@narendramodi) October 4, 2023
*************
DS/TS/KG