Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত স্বৰ্ণ জয় কৰাৰ বাবে পুৰুষ হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰাৰ বাবে পুৰুষ হকী দলটোক অভিনন্দন জ্ঞাপন কৰে।

 

তেওঁ দলটোৰ অটল অংগীকাৰ, আবেগ আৰু সমন্বয়ক প্ৰশংসা কৰে আৰু তেওঁলোকৰ ভৱিষ্যত প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে এইদৰেঃ 

“এছিয়ান গেমছত আমাৰ পুৰুষ হকী দলটোৰ এক আনন্দদায়ক সোণৰ পদক জয়! এই চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে দলটোক অভিনন্দন। এই দলটোৰ অটল অংগীকাৰ, আবেগ আৰু সমন্বয়ে কেৱল খেলখনেই নহয়, অগণন ভাৰতীয়ৰ হৃদয়ো জিন‌িছে। এই বিজয় তেওঁলোকৰ উদ্দীপনাৰ প্ৰমাণ। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা।” 

*********** 

 

DS/RT/KG