‘এছিয়ান গে’মছ’ত মহিলা ‘টেবুল টেনিছৰ দ্বৈত প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ঐহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘এছিয়ান গে’মছ’ত মহিলাৰ দ্বৈত প্ৰতিযোগিতাত এইটো হৈছে ভাৰতৰ প্ৰথম পদক।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’ত কয়:
“ঐহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীক ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছো। এয়া এক বিশেষ জয় কিয়নো ‘এছিয়ান গে’মছ’ত মহিলাৰ দ্বৈত প্ৰতিযোগিতাত এইটো হৈছে ভাৰতৰ প্ৰথম পদক।
তেওঁলোকৰ নিষ্ঠা, দক্ষতা আৰু দলবদ্ধ প্ৰয়াস অনুকৰণীয়।”
Congratulations to Ayhika Mukherjee and Sutirtha Mukherjee on winning the Bronze Medal. This is a special win because it is the first ever medal in the women’s doubles event by India at the Asian Games.
Their dedication, skills and teamwork are exemplary. pic.twitter.com/wVK2WOShRk— Narendra Modi (@narendramodi) October 2, 2023
***
Congratulations to Ayhika Mukherjee and Sutirtha Mukherjee on winning the Bronze Medal. This is a special win because it is the first ever medal in the women's doubles event by India at the Asian Games.
— Narendra Modi (@narendramodi) October 2, 2023
Their dedication, skills and teamwork are exemplary. pic.twitter.com/wVK2WOShRk