প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত ভাৰতৰ হৈ মহিলাৰ ৫৪ কিলোগ্ৰামত শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে বক্সাৰ প্ৰীতি পাৱাৰক অভিনন্দন জ্ঞাপন কৰে।
তেওঁ কয় যে ১৯ বছৰীয়া যুৱতীগৰাকীৰ প্ৰদৰ্শনক লৈ তেওঁ গৌৰৱান্বিত, যি তেওঁৰ স্থিৰতা, নিষ্ঠা আৰু কেতিয়াও হাৰ মানিব নোখোজা মনোভাৱৰ প্ৰমাণ।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“এগৰাকী প্ৰতিভাশালী পুগিলিষ্ট, যিয়ে কঠোৰ পৰিশ্ৰমৰ ফলত এছিয়ান গেমছত ভাৰতৰ হৈ মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।
প্ৰীতি পাৱাৰৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে গৌৰৱান্বিত, যি তেওঁৰ স্থিৰতা, নিষ্ঠা আৰু কেতিয়াও হাৰ মানিব নোখোজা মনোভাৱৰ প্ৰমাণ।”
A talented Pugilist whose hard work has earned a Bronze Medal in the Women’s 54 kg for India at the Asian Games.
Proud of Preeti Pawar for her fantastic performance, a testament to her consistency, dedication and never-say-die attitude. pic.twitter.com/q8tY8S6LvL
— Narendra Modi (@narendramodi) October 3, 2023
**************
A talented Pugilist whose hard work has earned a Bronze Medal in the Women's 54 kg for India at the Asian Games.
— Narendra Modi (@narendramodi) October 3, 2023
Proud of Preeti Pawar for her fantastic performance, a testament to her consistency, dedication and never-say-die attitude. pic.twitter.com/q8tY8S6LvL