Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত মহিলাৰ ১০০ মিটাৰ হৰ্ডলছত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে এথলীট জ্যোতি য়াৰ্ৰাজীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে


‘এছিয়ান গে’মছ’ত মহিলাৰ ‘১০০ মিটাৰ হৰ্ডলছ’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে খেলুৱৈ জ্যোতি য়াৰ্ৰাজীক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। 

তেওঁ কয় যে তেওঁ দৃঢ়তা, নীতিনিষ্ঠতা আৰু কঠোৰ প্ৰশিক্ষণৰ ফল লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ৰ ‘পোষ্ট’ত কয়:

“এছিয়ান গে’মছত মহিলাৰ ‘১০০ মিটাৰ হৰ্ডলছ’ত @JyothiYarraji য়ে এক চমত্কাৰ প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰিছে।

তেওঁৰ দৃঢ়তা, নীতিনিষ্ঠতা আৰু কঠোৰ প্ৰশিক্ষণে ফল প্ৰদান কৰিছে। মই তেওঁক অভিনন্দন জনাইছো আৰু ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।”

***

DS/RT/KB