Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘এগজাম ৱাৰিয়ৰ্ছ’ এতিয়া ১৩টা ভাষাত উপলব্ধ


প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা সম্পৰ্কীয় গ্ৰন্থ “এগজাম ৱাৰিয়ৰ্ছ’ এতিয়া ১৩টা ভাষাত উপলব্ধ।

প্ৰধানমন্ত্ৰীয়েআজিএইদৰে টুইট কৰে,

“#ExamWarriorsনামৰ কিতাপখন এতিয়া ১৩টা ভাষাত উপলব্ধ হোৱাত আনন্দিত হৈছো।”

“সকলোকে শুভেচ্ছা জনালোঁ”