প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এইচপিচিএল’ৰ অসমৰ গোৱালপাৰাস্থিত ‘এলপিজি বটলিং প্ৰকল্প’টো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা কাৰ্যৰ প্ৰশংসা কৰে, আৰু কয় যে ই অসম, ত্ৰিপুৰা আৰু মেঘালয়ৰ উপভোক্তাসকলক যথেষ্ট সহায় কৰিব।
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ এলানি ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী কয়;
“ই অসম, ত্ৰিপুৰা আৰু মেঘালয়ৰ উপভোক্তাসকলক যথেষ্ট সহায় কৰিব।”
This will greatly help consumers in Assam, Tripura and Meghalaya. https://t.co/mlYsxvlBa9
— Narendra Modi (@narendramodi) April 13, 2023
***
This will greatly help consumers in Assam, Tripura and Meghalaya. https://t.co/mlYsxvlBa9
— Narendra Modi (@narendramodi) April 13, 2023