প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতে এআই গ্ৰহণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে উত্থান ঘটাত গৌৰৱ অনুভৱ কৰে।
নমো এপত হিন্দু বিজনেছলাইনৰ এটা বাতৰিৰ উদ্ধৃতি দি এক্স পোষ্টত তেওঁ লিখেঃ
‘এআই গ্ৰহণৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ আগশাৰীৰ হিচাপে উত্থান হোৱা দেখি গৌৰৱবোধ কৰিছো। ইয়াৰ দ্বাৰা ভাৰতৰ উদ্ভাৱন আৰু পৰিৱৰ্তনশীল বৃদ্ধিৰ বাবে এআইৰ সুবিধা উপভোগৰ প্ৰতি থকা দায়বদ্ধতাক উজ্জ্বল কৰি তোলা হৈছে।
নমো এপৰ জৰিয়তে।”
***
MJPS/SR/DB
Proud to see India emerge as a global leader in adopting AI. This highlights India’s commitment to innovation and leveraging AI for transformational growth.https://t.co/XYFYUOOsNm
— Narendra Modi (@narendramodi) January 17, 2025
via NaMo App pic.twitter.com/SNBVP7JjvU