Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উৰিষ্যাৰ ঝাৰচুগুড়াত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱালোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ ঝাৰচুগুড়াত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে;

উৰিষ্যাৰ ঝাৰচুগুড়াত সংঘটিত দুৰ্ঘটনাটো শোকাৱহ। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা। মই প্ৰাৰ্থনা কৰোঁ যে আহতসকল যিমান সম্ভৱ সোনকালে আৰোগ্য হওক: প্ৰধানমন্ত্ৰী

***

DS/SH/RD