প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত মানুহৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
“উত্তৰ প্ৰদেশৰ ফতেহপুৰত সংঘটিত পথ দুৰ্ঘটনা অত্যন্ত শোকাৱহ। যিসকলে তেওঁলোকৰ পৰিয়ালৰ লোকক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ গভীৰ সমবেদনা আছে। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনাইছো। ৰাজ্য চৰকাৰৰ তত্বাৱধানত, স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সম্পূৰ্ণ সহায় আগবঢ়োৱাত নিয়োজিত হৈ আছেঃ প্ৰধানৱমন্ত্ৰী মোদী।
“প্ৰধানমন্ত্ৰীয়ে ফতেহপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটাত্মীয়ৰ বাবে ২ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। আহতসকলক প্ৰতিজনক ৫০,০০০ টকাকৈ দিয়া হ’ব।”
उत्तर प्रदेश के फतेहपुर में हुआ सड़क हादसा अत्यंत दुखद है। इसमें जिन्होंने अपने परिजनों को खोया है, उनके प्रति मेरी गहरी संवेदनाएं। इसके साथ ही मैं घायलों के जल्द स्वस्थ होने की कामना करता हूं। राज्य सरकार की निगरानी में स्थानीय प्रशासन पीड़ितों की पूरी मदद में जुटा है: PM Modi
— PMO India (@PMOIndia) May 16, 2023
****

PM @narendramodi has announced an ex-gratia of Rs. 2 lakh for the next of kin of each of those who lost their lives in the accident in Fatehpur. The injured would be given Rs. 50,000 each.
— PMO India (@PMOIndia) May 16, 2023