Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু প্ৰগতিৰ বাবে খুব ভাল খবৰঃ প্ৰধানমন্ত্ৰী


স্থায়ী শান্তিৰ বাবে অসম চৰকাৰ আৰু ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি (ডিএনএলএ) য়ে কালি এক শান্তি চুক্তি স্বাক্ষৰ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এই সম্বন্ধীয় এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰি লিখিছে –

“উত্তৰ-পূৱৰ শান্তি আৰু প্ৰগতিৰ বাবে এয়া খুব ভাল খবৰ।”

***