Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰাখণ্ডৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


উত্তৰাখণ্ডৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) গুৰমিত সিঙে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;

“উত্তৰাখণ্ডৰ ৰাজ্যপাল @LtGenGurmit য়ে প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।”

***

DS/ST/KB