প্ৰধানমন্ত্ৰী শ্ৰী নেৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী বদ্ৰীনাথ মন্দিৰত দৰ্শন আৰু পূজা সম্পন্ন কৰে। মন্দিৰটোৰ অন্তঃস্থলত প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰে। ইফালে অলকানন্দা নৈৰ পাৰত ৰূপায়ণ কৰি থকা উন্নয়ণী কাৰ্যক্ৰমৰো তেওঁ খটিয়ান লয়।
প্ৰধানমন্ত্ৰীৰ সৈতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামি আৰু ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল গুৰমিত্ সিঙেও এই যাত্ৰাত ভাগ লয়।
***
DS/TS/KB
भूवैण्ठकृतावासं, देवदेवं जगत्पतिम्।
— Narendra Modi (@narendramodi) October 21, 2022
चतुर्वर्गप्रदातारं, श्रीबद्रीशं नमाम्यहम्।।
Prayed at Badrinath. pic.twitter.com/g8Y39w5K0a