Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইণ্ডোৰত পথ দূৰ্ঘটনাক লৈ দুখ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোৰত পথ দূৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে কথা পাতিছে আৰু শেহতীয়া পৰিস্থিতৰ বুজ লৈছে৷

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়,

“ইণ্ডোৰৰ পথ দূৰ্ঘটনাক লৈ অতিশয় মৰ্মাহত হৈছো৷ মুখ্যমন্ত্ৰী @ChouhanShivraj জীৰ সৈতে কথা পাতিছো আৰু শেহতীয়া পৰিস্থিতিৰ বুজ লৈছো৷ ৰাজ্য চৰকাৰে ক্ষিপ্ৰগতিত উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ নেতৃত্ব প্ৰদান কৰিছে৷ সকলো পীড়িত আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ বাবে মই প্ৰাৰ্থনা জনাইছো৷”

***

DS/SH/DB