Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণৰ বাতৰি পাই আশ্চৰ্য প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণৰ বাতৰি পাই গভীৰ আশ্চৰ্য প্ৰকাশ কৰিছে। এই জটিল সময়ত ভাৰতে ইজৰাইলৰ প্ৰতি ঐক্যতা প্ৰকাশ কৰিছে আৰু নিৰীহ পীড়িতসকল, তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:

“ইজৰাইলত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাতৰি দেখি গভীৰভাৱে হতবাক হৈছো। আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি প্ৰকাশ কৰিছো। এই কঠিন সময়ত আমি ইজৰাইলৰ সৈতে ঐক্যতা প্ৰকাশি থিয় দিছোঁ।”

 

*****

DS/TS/KB