প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনত ইজিপ্ত ভ্ৰমণৰ সময়ত কাইৰোত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে।
এই বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজিপ্ত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰে।
অনুষ্ঠানত শিক্ষাৰ্থী, পেছাদাৰী আৰু ব্যৱসায়ীসহ ৩০০ৰো অধিক ভাৰতীয় সম্প্ৰদায়ৰ সদস্যই অংশগ্ৰহণ কৰে।
***************
Diaspora Connect!
— PMO India (@PMOIndia) June 24, 2023
PM @narendramodi interacted with members of Indian community in Cairo, Egypt.
He appreciated them for their achievements and acknowledged their role in cementing the IND-EG friendship. pic.twitter.com/uKWFKZ9P5s