Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘আৰআৰআৰ’ চলচ্চিত্ৰৰ পৰা সংগ্ৰহ কৰা ‘নাটু নাটু’ নৃত্যটি ‘শ্বেয়াৰ’ কৰিলে কোৰিয়াৰ ভাৰতস্থিত দূতাবাসে


কোৰিয়াৰ ভাৰতস্থিত দূতাবাসে ‘আৰআৰআৰ’ চলচ্চিত্ৰৰ ‘নাটু নাটু’ নৃত্যটি ‘শ্বেয়াৰ’ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এয়া প্ৰাণৱন্ত আৰু আকৰ্ষণীয় দলীয় প্ৰচেষ্টা’ বুলি অভিহিত কৰে।

কোৰিয়াৰ ভাৰতস্থিত দূতাবাসৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

“প্ৰাণৱন্ত আৰু আকৰ্ষণীয় দলীয় প্ৰচেষ্টা।”

*****

DS/ST/KB