প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দেশত জাইডাছ কেডিলাই উদ্ভাৱন কৰা ডিএনএভিত্তিক প্ৰতিষেধকৰ বিষয়ে জানিবলৈ আহমেদাবাদৰ জাইডাছ বায়’টেক পার্ক পৰিদৰ্শন কৰে৷
এক টুইটাৰ বার্তাত প্রধানমন্ত্রীয়ে কয়, “দেশত জাইডাছ কেডিলাই উদ্ভাৱন কৰা ডিএনএভিত্তিক প্ৰতিষেধকৰ বিষয়ে জানিবলৈ আহমেদাবাদৰ জাইডাছ বায়’টেক পার্ক পৰিদৰ্শন কৰিলো৷ যিসকলে এই কাম কৰিছে, তেওঁলোকক মই অভিনন্দন জনাইছো। ভাৰত চৰকাৰে তেওঁলোকৰ এই প্ৰচেষ্টাক সক্রিয়ভাৱে সকলো ধৰণৰ সহায় আগবঢ়াইছে। “
***
DS/SH/DB
Visited the Zydus Biotech Park in Ahmedabad to know more about the indigenous DNA based vaccine being developed by Zydus Cadila. I compliment the team behind this effort for their work. Government of India is actively working with them to support them in this journey. pic.twitter.com/ZIZy9NSY3o
— Narendra Modi (@narendramodi) November 28, 2020