Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আয়ুষ্মান ভাৰত আঁচনি দৰিদ্ৰলোকৰ বাবে এক সুৰক্ষাকবচ: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ্মান ভাৰত যোজনা দেশৰ দৰিদ্ৰ ভাই-ভনীসকলৰ বাবে আশীৰ্বাদতকৈ কম নহয়।

আয়ুষ্মান ভাৰত সংক্ৰান্তীয় এক ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়; – “আয়ুষ্মান ভাৰতে আমাৰ দৰিদ্ৰ ভাই-ভনীসকলৰ চিকিৎসা ব্যয়ৰ চিন্তা দূৰ কৰিছে। যিদৰে এই আঁচনিখন তেওঁলোকৰ বাবে এক সুৰক্ষা কবচ হৈ পৰিছে, ই এক আশীৰ্বাদতকৈ কোনোগুণে কম নহয়। “

***

DS/TS