প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমৰেলিত নতুনকৈ নিৰ্মাণ কৰা ‘এ পি এম চি’ৰ এক বজাৰ উদ্বোধন কৰে। তেওঁ অমৰ ডেইৰীৰ এক নতুন প্ৰকল্প উদ্বোধন কৰাৰ লগতে এক মৌ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে।
আমৰেলিত সহকাৰ সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যুৱ প্ৰজন্মই সমবায় ক্ষেত্ৰত নেতৃত্ব লোৱা দেখি তেওঁ অতিকৈ সুখী হৈছে।তেওঁ গুজৰাটৰ মূখ্যমন্ত্ৰী হৈ থকা কালত কিদৰে সৌৰাষ্ট্ৰত দুগ্ধ উদ্যোগৰ প্ৰসাৰ হৈছিল সেই কথাও স্মৰণ কৰে।
তেওঁ কয় যে ই-নাম যোজনাই কৃষকক উন্নত বজাৰৰ সুবিধা দি লাভান্বিত কৰিছে।তেওঁ কয় যে নীলা বিপ্লৱ আৰু মিঠা (মৌ) বিপ্লৱে সৌৰাষ্ট্ৰৰ জনতাৰ জীৱনধাৰা সলনি কৰি পেলাব পৰা সম্ভাৱনীয়তা বহন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, কৃষকৰ প্ৰয়োজনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ সদায়ে সচেতন।
******
AKT/HS/PRK
The cooperative sector here is seeing changes. I am happy to see younger people coming to the fore and taking leadership: PM in Amreli
— PMO India (@PMOIndia) September 17, 2017
When I was serving as CM, I had the opportunity to facilitate the coming of dairies to Saurashtra: PM @narendramodi
— PMO India (@PMOIndia) September 17, 2017
The e-NAM Yojana is helping farmers and giving them access to better markets: PM @narendramodi
— PMO India (@PMOIndia) September 17, 2017
The Blue Revolution and Sweet Revolution have the potential to transform lives of people in Saurashtra: PM @narendramodi
— PMO India (@PMOIndia) September 17, 2017
I urge the farming community here to explore opportunities relating to timber: PM @narendramodi
— PMO India (@PMOIndia) September 17, 2017
Ours is a Government at the Centre that is sensitive to the needs and concerns of the farmers: PM @narendramodi
— PMO India (@PMOIndia) September 17, 2017