প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুন, ২০২৩ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী ড০ জিল বিডেনৰ দ্বাৰা হোৱাইট হাউচত আয়োজিত এক ব্যক্তিগত অনুষ্ঠানত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ পৰিয়ালবৰ্গকো সাক্ষাৎ কৰে। এই বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে ভাৰত আৰু মাজত উষ্ম বন্ধুত্বক পুনৰ নিশ্চিত কৰে।
***
I thank @POTUS @JoeBiden and @FLOTUS @DrBiden for hosting me at the White House today. We had a great conversation on several subjects. pic.twitter.com/AUahgV6ebM
— Narendra Modi (@narendramodi) June 22, 2023
PM @narendramodi was warmly welcomed by @POTUS @JoeBiden and @FLOTUS @DrBiden at the @WhiteHouse. pic.twitter.com/M51kYC7Sv5
— PMO India (@PMOIndia) June 22, 2023