প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ঐতিহাসিক দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰতৰ শক্তিশালী আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে দুয়োখন ৰাষ্ট্ৰই দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু বিশ্ব শান্তি, সমৃদ্ধি, আৰু নিৰাপত্তাৰ বাবে সহযোগিতা কৰিব।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সত কয় –
“মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি @realDonaldTrump @POTUS ৰ সৈতে কথা পাতি আনন্দিত হৈছো। তেওঁৰ ঐতিহাসিক দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি পাৰস্পৰিকভাৱে উপকাৰী আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি আমাৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু বিশ্ব শান্তি, সমৃদ্ধি, আৰু নিৰাপত্তাৰ দিশত একেলগে কাম কৰি যাম।”
Delighted to speak with my dear friend President @realDonaldTrump @POTUS. Congratulated him on his historic second term. We are committed to a mutually beneficial and trusted partnership. We will work together for the welfare of our people and towards global peace, prosperity,…
— Narendra Modi (@narendramodi) January 27, 2025
***
Mattu J.P. Singh/ Siddhant Tiwari