Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমি আমাৰ কৃষক ভাই-ভনীসকলৰ কল্যাণৰ বাবে কোনো কৰ্তব্যই এৰি নিদিম: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ নীতিৰ বাবে চেনী উদ্যোগলৈ অহা আত্মনিৰ্ভৰশীলতাত আনন্দ প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“কৃষক ভাই-ভনীসকলৰ জীৱনত সুখৰ মধুৰতা বিলীন হওঁক। আমি তেওঁলোকৰ কল্যাণৰ বাবে কোনো ধৰণৰ কৰ্তব্যই এৰি নিদিও। “

***

DS/ST