Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমি আমাৰ অন্নদাতাসকলক লৈ গৌৰৱান্বিত আৰু তেওঁলোকৰ জীৱন উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে চৰকাৰ ভাৰতৰ অন্নদাতাসকলক লৈ গৌৰৱান্বিত আৰু তেওঁলোকৰ জীৱন উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এক্স-ত মাইগভ ইণ্ডিয়াৰ এটা থ্ৰেড পোষ্টৰ উত্তৰ দি তেওঁ কৈছেঃ

“আমি আমাৰ অন্নদাতাসকলক লৈ গৌৰৱান্বিত আৰু তেওঁলোকৰ জীৱন উন্নত কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি তলৰ সূত্ৰত আলোকপাত কৰা প্ৰচেষ্টাত প্ৰতিফলিত হৈছে। #PMKisan”

*****

MJPS/SR/SKS/HS