প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে ২০২৪ চনৰ বিভিন্ন গোলকীয় সন্মিলনত ভাৰতৰ সক্ৰিয় ভূমিকাই আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু এক বহনক্ষম, ন্যায়নিষ্ঠ বিশ্বক উদগনি দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাতে আলোকপাত কৰে।
‘এক্স’-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেল-য়ে উল্লেখ কৰিছে:
“২০২৪ চনত বিভিন্ন গোলকীয় সন্মিলনত ভাৰতৰ সক্ৰিয় ভূমিকাই আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু এক বহনক্ষম, ন্যায়নিষ্ঠ বিশ্বক উদগণি দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাতে আলোকপাত কৰে।”
India’s active role in various global summits in 2024 highlights its commitment to promoting international cooperation and a sustainable, equitable world. https://t.co/3DoEz6CeWA
— PMO India (@PMOIndia) December 31, 2024
******
MJPS/SR