প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত আজি স্বাস্থ্য খণ্ডৰ আগশাৰীৰ মাৰ্কিন বিশেষজ্ঞৰ এটা গোটৰ সৈতে বৈঠকত মিলিত হয়৷
প্ৰধানমন্ত্ৰী আৰু বিশেষজ্ঞসকলে মানবিশিষ্ট চিকিৎসাৰ বাবে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ, সংহত ঔষধৰ ক্ষেত্ৰত ব্যাপক গুৰুত্ব আৰু উন্নত স্বাস্থ্যসেৱা প্ৰস্তুতিকে ধৰি স্বাস্থ্য ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ সন্দৰ্ভত আলোচনা কৰে৷
বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশেষজ্ঞসকলৰ হৈছেঃ-
***
Had an informative discussion with a group of healthcare experts. They shared their rich perspectives on ways to augment healthcare capacities in India. I told them about the work we have done in integrating latest technology in the sector and our efforts like TB elimination. pic.twitter.com/vvRdyzGkAP
— Narendra Modi (@narendramodi) June 21, 2023