প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বায়ু সেনাবাহিনীৰ ভিন্ন ভূমিকা পালন কৰিব পৰা যুদ্ধ বিমান ‘তেজছ’ৰ এটি ‘ছৰ্টি’ সফলতাৰে সম্পূৰ্ণ কৰিলে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত তেওঁৰ অভিজ্ঞতাৰ সহভাগ কৰে:
“তেজছ’ত সফলতাৰে এটি ‘ছৰ্টি’ সম্পূৰ্ণ কৰিলো। এই অভিজ্ঞতাই অবিশ্বাস্যভাৱে সমৃদ্ধিশালী কৰি তুলিছিল, আমাৰ দেশৰ থলুৱা সামৰ্থ্যৰ ওপৰত মোৰ আস্থা যথেষ্ট বৃদ্ধি কৰিছিল, আৰু আমাৰ ৰাষ্ট্ৰীয় সম্ভাৱনাক লৈ এক নতুন গৌৰৱ আৰু আশাবাদৰ ভাৱনাই মোক প্ৰবুদ্ধ কৰিছিল।”
“আজি ‘তেজছ’ত উৰা মাৰি মই অতি গৌৰৱেৰে ক’ব পাৰোঁ যে আমাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে আমি আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত পৃথিৱীৰ আন কোনো শক্তিতকৈ কম নহয়। ‘ভাৰতীয় বায়ু সেনা’, ‘ডিআৰডিঅ’ আৰু ‘এইচএএল’ৰ লগতে সকলো ভাৰতীয়ক আন্তৰিক শুভেচ্ছা জনাইছোঁ। “
Successfully completed a sortie on the Tejas. The experience was incredibly enriching, significantly bolstering my confidence in our country’s indigenous capabilities, and leaving me with a renewed sense of pride and optimism about our national potential. pic.twitter.com/4aO6Wf9XYO
— Narendra Modi (@narendramodi) November 25, 2023
***
DS/TS/KB
Successfully completed a sortie on the Tejas. The experience was incredibly enriching, significantly bolstering my confidence in our country's indigenous capabilities, and leaving me with a renewed sense of pride and optimism about our national potential. pic.twitter.com/4aO6Wf9XYO
— Narendra Modi (@narendramodi) November 25, 2023
मैं आज तेजस में उड़ान भरते हुए अत्यंत गर्व के साथ कह सकता हूं कि हमारी मेहनत और लगन के कारण हम आत्मनिर्भरता के क्षेत्र में विश्व में किसी से कम नहीं हैं। भारतीय वायुसेना, DRDO और HAL के साथ ही समस्त भारतवासियों को हार्दिक शुभकामनाएं। pic.twitter.com/xWJc2QVlWV
— Narendra Modi (@narendramodi) November 25, 2023