Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৰ্থনৈতিক সমীক্ষাৰ কিছুমান আমোদজনক তথ্যই ভাৰতৰ উন্নয়নৰ কাহিনী কয়: প্ৰধানমন্ত্ৰী


আন্তঃগাঁথনি, শক্তি, কৃষি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিৰ আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক জৰীপ ২০২৪-২৫ৰ মূল তথ্যসমূহৰ ওপৰত আলোকপাত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়;

“অৰ্থনৈতিক জৰীপত কিছু আকৰ্ষণীয় পৰিসংখ্যা প্ৰকাশ পাইছে। নিশ্চয় চাব…”

*****

MJPS/ST/DB