প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক সমীক্ষা ২০২২-২৩ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
“অৰ্থনৈতিক সমীক্ষাই ভাৰতৰ বিকাশৰ পথৰ এক ব্যাপক বিশ্লেষণ প্ৰস্তুত কৰিছে য’ত আমাৰ ৰাষ্ট্ৰৰ প্ৰতি বিশ্বজনীন আশাবাদ, আন্তঃগাঁথনিৰ ওপৰত মনোযোগ, কৃষি তথা উদ্যোগৰ ক্ষেত্ৰসমূহত বিকাশ আৰু ভৱিষ্যোন্মুখী ক্ষেত্ৰসমূহত জোৰ দিয়া অন্তৰ্ভুক্ত আছে।”
https://www.indiabudget.gov.in/economicsurvey/index.php
***
DS/TS
The Economic Survey presents a comprehensive analysis of India's growth trajectory including the global optimism towards our nation, focus on infra, growth in agriculture, industries and emphasis on futuristic sectors. https://t.co/2PpKzCgdtg
— Narendra Modi (@narendramodi) January 31, 2023