Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৰুণাচলৰ এগৰাকী ভগ্নীয়ে এক তামিল দেশপ্ৰেমিক গীত পৰিৱেশন কৰা দেখি আনন্দ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচলী এগৰাকী ভগ্নীয়ে সুব্ৰমান্য ভাৰতীয়ে গোৱা এক তামিল দেশপ্ৰেমিক গীত পৰিৱেশন কৰা দেখি আনন্দ প্ৰকাশ কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“এয়া দেখি মই আনন্দিত আৰু গৌৰৱবোধ কৰিছো৷ তামিল ভাষাত গান গাই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক আগুৱাই নিয়াৰ বাবে অৰুণাচল প্ৰদেশৰ পৰা আমাৰ যুৱ শক্তিৰ এই উজ্জ্বল তাৰকাসকলৰ প্ৰশংসা কৰিছো৷”

***

DS/TS/DB