প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অভিযন্তা দিৱস’ উপলক্ষে ছাৰ এম বিশ্বেশ্বৰায়াৰ অৱদানসমূহৰ কথা স্মৰণ কৰে। তেওঁ অনুষ্ঠানটোত সকলো অভিযন্তালৈকে শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
“প্ৰতিটো ক্ষেত্ৰতে প্ৰগতি সঞ্চালিত কৰা, উদ্ভাৱন আৰু গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ সমাধান কৰি থকা সকলো অভিযন্তালৈ ‘অভিযন্তা দিৱস’ৰ শুভেচ্ছা জনাইছোঁ। ছাৰ এম বিশ্বেশ্বৰায়াক স্মৰণ কৰিছোঁ, অভিযান্ত্ৰিক বিদ্যাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা যাৰ অৱদান বহুলভাৱে জনাজাত।”
#EngineersDay greetings to all engineers who are driving progress in every field, innovating and solving critical challenges. Remembering Sir M. Visvesvaraya, whose contribution to engineering is widely known. pic.twitter.com/oYRpAzzyGs
— Narendra Modi (@narendramodi) September 15, 2024
***
MJPS/TS/KB