Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অভিনেতা বিক্ৰম গোখলেৰ প্ৰয়াণত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতা বিক্ৰম গোখলেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে এইদৰে টুইট কৰে:

“বিক্ৰম গোখলেজী এজন সৃষ্টিশীল আৰু বহুমুখী অভিনেতা আছিল। তেওঁৰ দীঘলীয়া অভিনয় কেৰিয়াৰত বহুতো আকৰ্ষণীয় চৰিত্ৰৰ বাবে তেওঁক স্মৰণ কৰা হ’ব। তেওঁৰ মৃত্যুত মই দুখিতঃ। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ তথা গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।”

***

DS/SH/MANN