প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত পদপৃষ্ট হোৱা লোকসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’-ত কৰা এটা ‘পোষ্ট’ত কয়;
“অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত পদপৃষ্ট হ’বলগীয়া অৱস্থাৰ সৃষ্টি হোৱাত দুখ পাইছোঁ। যিসকলে তেওঁলোকৰ নিকট আত্মীয়সকলক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হোৱাৰ কামনাৰে মই প্ৰাৰ্থনা জনাইছোঁ। অন্ধ্ৰ্ প্ৰদেশ চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক যথা সম্ভৱ সহায় আগবঢ়াইছে: প্ৰধানমন্ত্ৰী @narendramodi”
Pained by the stampede in Tirupati, Andhra Pradesh. My thoughts are with those who have lost their near and dear ones. I pray that the injured recover soon. The AP Government is providing all possible assistance to those affected: PM @narendramodi
— PMO India (@PMOIndia) January 8, 2025
***
MJPS/ST/KB