Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অ’নাম উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অ’নাম উৎসৱ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলো লৈকে অ’নামৰ শুভেচ্ছা জনাইছোঁ। এই পবিত্ৰ উৎসৱে আমাৰ সমাজত আনন্দ, সংহতি আৰু সুখৰ বাৰ্তাৰে সমৃদ্ধ কৰি তোলক, তাকে কামনা কৰিলোঁ।”

AKT/SH/DB