প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ষুদ্ৰ ব্যৱসায়ৰ শক্তিশালীকৰণ আৰু ‘ই-বাণিজ্য’ৰ বিপ্লৱৰ ক্ষেত্ৰত ‘অ’এনডিচি’-ৰ অৱদানৰ কথা উল্লেখ কৰি কয় যে ই বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
‘এক্স’-ত প্ৰেৰণ কৰা শ্ৰী পীয়ুষ গোৱেলৰ এটা ‘পোষ্ট’ৰ সঁহাৰি দি শ্ৰী মোদীয়ে লিখিছে:
“অ’এনডিচি-য়ে ক্ষুদ্ৰ ব্যৱসায়ক শক্তিশালী কৰাত আৰু ‘ই-বাণিজ্য’ত বিপ্লৱ আনিবলৈ অৰিহণা যোগাইছে, এনেদৰে বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”
ONDC has contributed to empowering small businesses and revolutionising e-commerce, thus playing a vital role in furthering growth and prosperity. https://t.co/foXY99jw3X
— Narendra Modi (@narendramodi) January 2, 2025
***
MJPS/SR/KB