Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম জয়ন্তীত চন্দ্ৰশেখৰ আজাদলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


জন্ম জয়ন্তী উপলক্ষে চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “জন্ম জয়ন্তীত ভাৰত মাতাৰ বীৰ সন্তান চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছো। ঔপনিৱেশিকতাৰ কৰাল গ্ৰাসৰ পৰা ভাৰতক মুক্ত কৰাৰ বাবে হাঁহি মুখে তেওঁ যৌৱন উচৰ্গা কৰিছিল। তেওঁ এখন নীতিনিষ্ঠ আৰু শক্তিশালী ভাৰতৰ এগৰাকী ভৱিষ্যদৰ্শী চিন্তাবিদ তথা স্বপ্নদ্ৰষ্টাও আছিল”।

 

 

***

DS/SH/KB