Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী জগন্নাথ পাহাডিয়াৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী জগন্নাথ পাহাডিয়া জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী জগন্নাথ পাহাডিয়া জীৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক আৰু প্ৰশাসনিক জীৱনত তেওঁ সমাজৰ সবলীকৰণৰ ক্ষেত্ৰত কেতবোৰ উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে৷ তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

*****

DS/SH/DB